Biography of Syed Abdul Malik, (চৈয়দ আব্দুল মালিকৰ জীৱনী) great novel writer of Assam,India Jitu Das biography





চৈয়দ আব্দুল অসমৰ এজন মহান লেখক আছিল, তেও আছিল এজন মহান অসমীয়া সন্তান আৰু প্ৰকৃত অসমীয়া, তেও সাহিত্যৰ মাজেৰে  এখন আদৰ্শ অসমীয়া সমাজৰ কল্পনা কৰিছিল,তেওৰ সাহিত্যত ধৰ্মান্ধতাৰ কোনো স্থান নাই, জাতি-ধৰ্ম নিবিশেষে আমি শান্তিৰে ইজনে আনজনক সহায় কৰিব পাৰিলেহে জীয়াই থকাৰ প্ৰকৃত আন্ন্দ পোৱা যায় , এনেকুৱা কথাৰে চৈয়দ আব্দুল মালিকে সৰ্বমুঠ ৬২ খন উপন্যাস লিখিছিল, তাৰ লগতে ৭ খন  নাটক ,১৭ খন গল্প সংকলনকে আদি কৰি তেও কবিতা, হাস্যৰসৰ ৰচনা, ভ্ৰমণ কাহিনীও তেও লিখিছিল, তেওৰ আছিল এনে এক বিশাল ব্যক্তিত্ব, যাৰ হৃদয়ত আছিল এটা প্ৰান, মিশ্ৰিত আছিল তাত অসমীয়া মাটিৰ সুগন্ধি, আৰু আছিল মানৱ দৰদী এটা আত্মা ৷ 

চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয় ]৷ গোলাঘাট জিলাৰ নাহৰণিত জন্ম গ্ৰহণ কৰা অসমীয়া কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, যোৰহাট মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।


১৯৪২ ত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত যোৰহাট মহাবিদ্যালয়ৰ পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অভায়াপুৰী অধিবেশনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট সীমাবদ্ধ সুত্ৰতে নথকা মালিকে ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱে জড়িত আছিল।

তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয় ৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য একাডেমী বঁটা  লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৫ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰে ৷
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।


Sayad Abdul Malik was a great writer of Assam, He was a great son mother Assam,and a true Assamese. By his great literature, he dreamed of an ideal Assamese society, where everyone lived happily, with people of different religions. In his literature,there is only only unity between every cast and  religions.I find his work great,because he was inspiring the society to live together , and not just live, but thrive in harmony in the pleasure in togetherness. He wrote in his novels, the characters so amazing, so real.He was not writing in his novels about the society with people behaving indifferent to each other because of different casts or religion. But, in his story , he presented  the unique characters in our society, who are sympathetic to the people of other cats and religion, who can love people of different religions too.These characters are may be rare, but there are people who know only to love human,no matter what religions they are from.

       Syed Abdul was one the greatest writer in India.He was  a genius.He wrote 62 novels, 7 play, 17 books of short stories.He also wrote many poems, wrote humorous stories, and travel stories.What he did  is so extra-ordinary.

Syed Abdul was born on the 15 th January of 1919 in Naharani of Golaghat district of Assam.This great man studied his high school in Jorhat High school,He passed higher secondary from Jorhat College, and graduated B.A from Cotton College in 1941. And after some years of working in different jobs, such as sub-inspector, then in military. In 1946,he became proffessor in Jorhat College, teaching Persian language for two years and then joined as program assistent in Shillong-Guwahati radio center. From 1951 to 1976 he worked as a proffessor of Assamese language in J.B. college. In 1976, he was elected as a member of parliament of sate council court( Rajya Sabha). He was elected as a president of Assam literature council in the next year.

   Sayad Abdul Malik was a man of no limit, because he love human, he was also engaged in communist works, in his young age.
For  his great extraordinary work, he received many awards, including Padamshri, Padma-Bibhukan from Indian government.For his novel,' Aghari Atmar Kahini'( which means- the story of the gypsy soul), He recievd ''Sahitya Academy Bata'' (Literature academy award) in 1972, ''Assam uptyaka Bata( Assam valley award) in 1992, and Sankardev Bata( award) in 1995.
 Great writer,great man Sayad Abdul Malik died in the age 89 in 2000.( which year I was just 8 years old)

1 comment:

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...