Monday, August 30, 2021
Sunday, August 22, 2021
Friday, August 13, 2021
জীৱন সম্বন্ধে - ভিৰৰ মাজত নিজকে হেৰাই নেপেলাব !!
সদায় যদি famous মানুহ, ঠাইৰ পিছতে যদি দৌৰে, নিজৰ পচন্দ কেতিয়াও বিচাৰি পোৱা সম্ভৱ নহয় । নিজৰ পচন্দ বা আগ্ৰহ ( interest) থকা বিষয়বোৰ জনপ্রিয় বা ট্রেণ্ডত নাথাকিব পাৰে, ইয়াৰ অৰ্থ এইটো নহয় যে এইবোৰ মূল্যহীন । নিজৰ পচন্দ আৰু আগ্ৰহবোৰ জনপ্রিয় বস্তু, বিষয়, মানুহবোৰতকৈ সদায় ওপৰত । এজন ব্যক্তিয়ে নিজস্ব আগ্ৰহবোৰ বিচৰাৰ সলনি সদায় unique, ট্রেণ্ডত থকা , বাতৰিত থকা, বেছিকৈ প্ৰচলিত হোৱা বিষয়ৰ পিছত সদায় দৌৰি থাকিলে নিজস্ব স্বকীয়তা ( uniqueness) কেতিয়াও উপলব্ধি ( realization) কৰিবলৈ নোৱাৰে ।
সকলোৱে এটা গানকে পচন্দ কৰিব নোৱাৰে, আমাৰ পচন্দবোৰৰ মাজতে আমাৰ ব্যক্তিত্বৰ ( personality) কিছু আভাস পাওঁ । কিন্তু যদি সকলোৱে যদি সৰ্বাধিক প্ৰচলিতবোৰ নিজৰ পচন্দ হিচাপে মানি লয়, তেতিয়া মানুহ হোৱাৰ অযুত সুখৰ পৰা বঞ্চিত হোৱা ।। যেতিয়ালৈকে নিজৰ পচন্দ বা আগ্ৰহবোৰ বেছিভাগৰে লগত মিলি থাকিব, তেতিয়া বুজা উচিত যে জীৱনত কোনো ব্যক্তিগত বা স্বকীয় উপলব্ধি হোৱা নাই ।। যেতিয়া ব্যক্তি এজনৰ পচন্দবোৰ সকলোৰে নিমিলা হৈ আহিব, সেই ব্যক্তি জনৰ জীৱনত ব্যক্তিগত উপলব্ধি, পচন্দ আৰু আগ্ৰহ বাঢ়ি গৈছে আৰু ইয়ে জীৱনক সলনি কৰে আৰু তেনেকুৱা জীৱন অদ্বিতীয় হয় ।।
13-8-21
Wednesday, August 11, 2021
Subscribe to:
Posts (Atom)
-
Lachit Borphukan (Assamese: লাচিত বৰফুকন ) was a commander and Borphukan in the Ahom kingdom known for his leadership in the 1671 Battle o...
-
১. ভয়ক জয় কৰাটোৱেই হ'ল মানুহৰ প্ৰথম কৰ্তব্য । - কাৰ্লাইল ২.সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ'ল ফুল, কিন্তু তাৰ শিপাবোৰ থাকে মা...
-
Click here for :- Archive( all posts) You may also like :- Mahapurux Srimanta Sankardev Poet Raghunath Choudhary Ananda Chandra Ag...