Tuesday, July 13, 2021

Assamese philosophy and spiritual quotes on healing if soul by Jitu Das quotes 2021

নিজৰ মনৰ দুখবোৰ  অৱজ্ঞা কৰা উচিত নহয়, তাৰ সন্মুখীন নোহোৱাকৈ জীৱনত আগবাঢ়ি যাব নোৱাৰি, বোজা হিচাপে থকা সমস্যাৰ সমাধান নোহোৱালৈকে আমি সম্পূৰ্ণৰূপে মনৰ  সজীৱতা অনুভৱ কৰিব নোৱাৰো । দুখ লগাটো সম্পূৰ্ণৰূপে প্ৰাকৃতিক, ইয়াত লাজ কৰিব লগা নাই, It's okay not to be okay sometimes, আমি মাথো সন্মুখীন হৈ দুখৰ পাৰ হৈ যাব লাগে,  ইয়াক টানি থাকিব নালাগে গোটেই জীৱন । দেহৰ কৰ'বাত আঘাট পালে যেনেকৈ আমি চিকিৎসা কৰো, মলম লগাও, ঔষধ খাওঁ আৰোগ্য লাভৰ বাবে, আমি চিকিৎসা কৰাৰ পিছত  নিচিন্ত হ'ব পাৰো আৰু সেই আঘাটৰ পৰা আমি কষ্ট পাই নাথাকো । ঠিক তেনেকৈ মনৰ আঘাটবোৰো আমি গুৰুত্ব দিয়া উচিত আৰু সোনকালে নিৰাময় (heal) কৰা উচিত আৰু তাক বছৰ বছৰ ধৰি সম্পূৰ্ণৰূপে সন্মুখীন নোহোৱাকৈ মনৰ ভিতৰত পুহি ৰাখি দুখ কষ্ট ভোগ কৰা উচিত নহয় । সেইকাৰণে মনৰ healing বহুতেই প্ৰয়োজনীয় যাতে জীৱনটো শান্তিপূৰ্ণ হয় । এতিয়া দুখৰ কাৰণ যিয়ে নহওক তাক আমি ক্ষমা কৰিবই লাগিব । মনৰ মুক্তিৰ বাবে আমি বাস্তৱক যেনেকৈ আছে তাক গ্ৰহণ ( accept) কৰিব লাগিব যদিওবা ভৱা বা বিচৰা কথাবোৰৰ সকলো মিলি নাহে, এইটো ডাঙৰ কথা নহয়, ইয়াত জেদ ধৰিলে মানুহে কষ্ট পাবই । প্ৰাকৃতিক কাৰণৰ আগত আমাৰ জেদ, অহংকাৰ, ইচ্ছাৰ মূল্য কি ! কিন্তু যি হৈ গৈছে বা হৈ আছে তাত কিবা ভাল দিশ বিচাৰিব পাৰিলে আমি নিশ্চয় বহু শান্তিপূৰ্ণ জীৱন লাভ কৰিব পাৰিম ।। আজিৰ এই মুহূৰ্তত গম পোৱা নাযায় জীৱনে কোন দিশত গৈ আছে, কিন্তু ঘূৰি চালেহে বুজি পোৱা যায় যে যি হৈ গৈছে তাৰ জীৱনত যে কিবা প্ৰয়োজনীয়তা আছিল, আৰু প্ৰতিটো কথাই তোমাৰ  আজিৰ ব্যক্তিসত্বাক সৃষ্টি কৰিছে ।।।।

13 July 2021

Monday, July 12, 2021

Assamese philosophy quotes about life, dream and cinema - জীৱন, সপোন আৰু চিনেমাৰ মাজত সাদৃশ্য কি ??

জীৱন ,সপোন ,চিনেমাৰ মাজত পাৰ্থক্য বেছি নাই, জীৱনৰ ঘটনাবোৰৰ পৰাই সপোন আৰু চিনেমাৰ আৰম্ভণি হয়, কিন্তু আমি সপোন বা চিনেমাক মিছা বুলি অৱজ্ঞা কৰি দিয়ো, কিন্তু ভাৱি চালে জীৱনেই এখন বহু দীঘল পৰীক্ষামূলক চিনেমা যেন বা  দীঘল টিভি চিৰিজ, স্মৃতিৰ ভাণ্ডাৰ বা গুদাম ।।
      আমি চিনেমা বা সপোনক সুখপূৰ্ণ, ৰহস্যপূৰ্ণ, ভয়লগা, দুখৰ বা আচৰিত, অবিশ্বাসযোগ্য আদি সকলো ৰূপত সহজে মানি ল'ব পাৰোঁ,কাৰণ সপোন আছিল,  কিন্তু চিনেমা বা সপোনৰ উৎস জীৱনো যে একেই অপ্ৰত্যাশিত, আচৰিত,  ৰহস্যপূৰ্ণ , সুখৰ বা দুখৰ সকলোবোৰ অনুভূতিৰে পূৰ্ণ আমি মানিবলৈ টান পাওঁ আৰু কেইটামান selected অনুভূতি বা অভিজ্ঞতা পাব খোজোঁ, কিন্তু সেইটো তেতিয়া পূৰ্ণ জীৱন হ'বনে  !!

Love of life quotes by Jitu Das quotes 2021

Friday, July 9, 2021

Authenticity and authentic people quotes by Jitu Das quotes 2021

Friendship quotes in English by Jitu Das quotes 2021

Elizabethtown 2005 film review by Jitu Das film reviews 2021







Some movies are so good that I hate when it ends. When the narrative is good, you enjoy every scene and 2 hour movie feels like a hour only. It's good to see when the characters are so relatable. People celebrate success, talk about success and but life is incomplete without the other sides, the darkness, the failures, the heartbreaks. This movie talks about it, failures and death but also love. 

The unplanned love, impulsive but true in it's spirit is surely one of the most beautiful thing in the world. The excitement two people feels when they feel a connection, at that moment the world disappears, the heartbreak and failures goes away from the mind. We all deserve that kind of love amidst the chaos. I am starting to believe Love brings order in our life and then all that entropy can't shake our lives.

Monday, June 7, 2021

আত্মসত্বাক কিয় আদৰি লোৱা উচিত ?


এটা সম্পূৰ্ণ কাহিনীৰ যেনেকৈ সম্পাদনাৰ প্ৰয়োজন নাথাকে, ঠিক তেনেকৈ সফল জীৱন এটাৰো নতুনকৈ সম্পাদনা কৰাৰ কি প্ৰয়োজনীয়তা !!!
 কিন্তু এই সফলতা আচলতে কি বেছিভাগ ক্ষেত্ৰত আনেহে  আমাক বুজাই দিয়ে আৰু ইয়াত নিজৰ অনুভূতি বুলি একো নাথাকে ! সফলতাৰ ধাৰণা সম্পূৰ্ণৰূপে নিজা হোৱাটো উচিত ! বেছিভাগ মানুহে পৰীক্ষা বেয়া পায় কিন্তু গোটেই জীৱনটো নিজে নজনাকৈয়ে এক পৰীক্ষালৈ ৰূপান্তৰিত কৰি তোলে । তোমাৰ লগত কিমান আছে, কি কি আছে, তাৰ ওপৰত আনে নম্বৰ দিব, এটা ষ্টেটাচ দিব, তাৰ বাবেই মানুহৰ মনত অশান্তি, এতিয়াটো সকলোবোৰেই এটা ষ্টেটাচ চিম্বল,আনকি  সম্পৰ্কবোৰো তাৰেই মাজত যেন অন্তৰ্গত তেনেকুৱা বোধ হয় বহুবাৰ । কিজানি, সম্ভৱত এইবোৰ নতুন সামাজিক সজ্জা, কোনে জানে, ভৱিষ্যতে আৰু কি হ'ব,

 কিন্তু প্ৰশ্নটো হ'ল আমি কিমান মুক্ত , কিমান আনৰ দ্বাৰা প্ৰভাৱিত, কিমান দূৰলৈ আমি নিজকে সলনি কৰিবলৈ সাজু  আনৰ সৈতে মিলিবলৈ, কাৰণ ট্রেণ্ডত থকা টিভি চিৰিজ এটা যদি আপুনি নাই  চোৱা, আপোনাৰ চিন্তা হৈ যায়  আপুনি কিমান মিছ কৰি আছে !  
সমস্যাটো এইটো নহয় যে আনৰ মন্তব্যই আমাক প্ৰভাৱিত কৰে আমি কেনেদৰে সময় কটাও, কি কি কিনো, কি সিদ্ধান্ত লওঁ, সমস্যাটো হ'ল যে আমি নিজৰ আত্মাৰ কথা পাহৰি যাওঁ, শুনিও নুশুনো, কাৰণ সেই কথাবোৰ আনে কোৱাৰ লগত নিমিলে ।। উপায় এটাই আছে যেন আনৰ লগত নিজৰ সত্বাক মিলাব এৰি, সকলো লাজ, ভয় ,শংকা এৰি সম্পূৰ্ণৰূপে নিজৰ আত্মসত্বাক আদৰি লোৱা ।।

Friday, May 21, 2021

Minari 2021 movie review by Jitu Das film reviews



Minari( 2020) is a beautiful Korean movie in many aspects that I can appreciate from one watch, subtle meaning in scenes is easy to be missed out. Minari is about a family who have left city to a country side and start a farm. It's about how people in the family creates meaning for each individual. What seems ordinary and available, we seem to overlook and not appreciate the most important things in life, and the first thing that comes in that list is wellbeing of family.

The soundtrack absolutely beautiful and unique, that is what gave Minari a great feeling to it.

Sunday, May 2, 2021

Before we Vanish 2017 movie review by Jitu Das film reviews



Before we Vanish is at first looks like a normal sci fi about alien invading human bodies and planning to destroy the humankind. But this movie gradually leads to a better understanding about human personality and what is it that makes us human. There are different parts and emotions in human, the biology, the psyche, the emotions, but the ones that gives it all a holistic meaning is LOVE, without which existence of humankind is utterly meaningless. The subtle meaning of this movie is that alien trying to understand humankind reaped many concepts from human like family, work, war, frustration etc, but when the alien in Shinji's body reaped the concept of love from his wife, guide Narumi, everything changed. 

A beautiful movie with meaningful subtle message to humanity, to not lose love from our heart, which is the every essence of humanity.
 The movie is bit longer, it could have been a bit fast pace. The soundtrack is good and very engaging in the moments. The sci-fi