Tuesday, July 27, 2021
Monday, July 26, 2021
Saturday, July 24, 2021
Wednesday, July 21, 2021
Tuesday, July 20, 2021
Tuesday, July 13, 2021
Assamese philosophy and spiritual quotes on healing if soul by Jitu Das quotes 2021
নিজৰ মনৰ দুখবোৰ অৱজ্ঞা কৰা উচিত নহয়, তাৰ সন্মুখীন নোহোৱাকৈ জীৱনত আগবাঢ়ি যাব নোৱাৰি, বোজা হিচাপে থকা সমস্যাৰ সমাধান নোহোৱালৈকে আমি সম্পূৰ্ণৰূপে মনৰ সজীৱতা অনুভৱ কৰিব নোৱাৰো । দুখ লগাটো সম্পূৰ্ণৰূপে প্ৰাকৃতিক, ইয়াত লাজ কৰিব লগা নাই, It's okay not to be okay sometimes, আমি মাথো সন্মুখীন হৈ দুখৰ পাৰ হৈ যাব লাগে, ইয়াক টানি থাকিব নালাগে গোটেই জীৱন । দেহৰ কৰ'বাত আঘাট পালে যেনেকৈ আমি চিকিৎসা কৰো, মলম লগাও, ঔষধ খাওঁ আৰোগ্য লাভৰ বাবে, আমি চিকিৎসা কৰাৰ পিছত নিচিন্ত হ'ব পাৰো আৰু সেই আঘাটৰ পৰা আমি কষ্ট পাই নাথাকো । ঠিক তেনেকৈ মনৰ আঘাটবোৰো আমি গুৰুত্ব দিয়া উচিত আৰু সোনকালে নিৰাময় (heal) কৰা উচিত আৰু তাক বছৰ বছৰ ধৰি সম্পূৰ্ণৰূপে সন্মুখীন নোহোৱাকৈ মনৰ ভিতৰত পুহি ৰাখি দুখ কষ্ট ভোগ কৰা উচিত নহয় । সেইকাৰণে মনৰ healing বহুতেই প্ৰয়োজনীয় যাতে জীৱনটো শান্তিপূৰ্ণ হয় । এতিয়া দুখৰ কাৰণ যিয়ে নহওক তাক আমি ক্ষমা কৰিবই লাগিব । মনৰ মুক্তিৰ বাবে আমি বাস্তৱক যেনেকৈ আছে তাক গ্ৰহণ ( accept) কৰিব লাগিব যদিওবা ভৱা বা বিচৰা কথাবোৰৰ সকলো মিলি নাহে, এইটো ডাঙৰ কথা নহয়, ইয়াত জেদ ধৰিলে মানুহে কষ্ট পাবই । প্ৰাকৃতিক কাৰণৰ আগত আমাৰ জেদ, অহংকাৰ, ইচ্ছাৰ মূল্য কি ! কিন্তু যি হৈ গৈছে বা হৈ আছে তাত কিবা ভাল দিশ বিচাৰিব পাৰিলে আমি নিশ্চয় বহু শান্তিপূৰ্ণ জীৱন লাভ কৰিব পাৰিম ।। আজিৰ এই মুহূৰ্তত গম পোৱা নাযায় জীৱনে কোন দিশত গৈ আছে, কিন্তু ঘূৰি চালেহে বুজি পোৱা যায় যে যি হৈ গৈছে তাৰ জীৱনত যে কিবা প্ৰয়োজনীয়তা আছিল, আৰু প্ৰতিটো কথাই তোমাৰ আজিৰ ব্যক্তিসত্বাক সৃষ্টি কৰিছে ।।।।
13 July 2021
Monday, July 12, 2021
Assamese philosophy quotes about life, dream and cinema - জীৱন, সপোন আৰু চিনেমাৰ মাজত সাদৃশ্য কি ??
জীৱন ,সপোন ,চিনেমাৰ মাজত পাৰ্থক্য বেছি নাই, জীৱনৰ ঘটনাবোৰৰ পৰাই সপোন আৰু চিনেমাৰ আৰম্ভণি হয়, কিন্তু আমি সপোন বা চিনেমাক মিছা বুলি অৱজ্ঞা কৰি দিয়ো, কিন্তু ভাৱি চালে জীৱনেই এখন বহু দীঘল পৰীক্ষামূলক চিনেমা যেন বা দীঘল টিভি চিৰিজ, স্মৃতিৰ ভাণ্ডাৰ বা গুদাম ।।
আমি চিনেমা বা সপোনক সুখপূৰ্ণ, ৰহস্যপূৰ্ণ, ভয়লগা, দুখৰ বা আচৰিত, অবিশ্বাসযোগ্য আদি সকলো ৰূপত সহজে মানি ল'ব পাৰোঁ,কাৰণ সপোন আছিল, কিন্তু চিনেমা বা সপোনৰ উৎস জীৱনো যে একেই অপ্ৰত্যাশিত, আচৰিত, ৰহস্যপূৰ্ণ , সুখৰ বা দুখৰ সকলোবোৰ অনুভূতিৰে পূৰ্ণ আমি মানিবলৈ টান পাওঁ আৰু কেইটামান selected অনুভূতি বা অভিজ্ঞতা পাব খোজোঁ, কিন্তু সেইটো তেতিয়া পূৰ্ণ জীৱন হ'বনে !!
Sunday, July 11, 2021
Friday, July 9, 2021
Elizabethtown 2005 film review by Jitu Das film reviews 2021
Some movies are so good that I hate when it ends. When the narrative is good, you enjoy every scene and 2 hour movie feels like a hour only. It's good to see when the characters are so relatable. People celebrate success, talk about success and but life is incomplete without the other sides, the darkness, the failures, the heartbreaks. This movie talks about it, failures and death but also love.
The unplanned love, impulsive but true in it's spirit is surely one of the most beautiful thing in the world. The excitement two people feels when they feel a connection, at that moment the world disappears, the heartbreak and failures goes away from the mind. We all deserve that kind of love amidst the chaos. I am starting to believe Love brings order in our life and then all that entropy can't shake our lives.
Wednesday, July 7, 2021
Subscribe to:
Posts (Atom)
-
Lachit Borphukan (Assamese: লাচিত বৰফুকন ) was a commander and Borphukan in the Ahom kingdom known for his leadership in the 1671 Battle o...
-
১. ভয়ক জয় কৰাটোৱেই হ'ল মানুহৰ প্ৰথম কৰ্তব্য । - কাৰ্লাইল ২.সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ'ল ফুল, কিন্তু তাৰ শিপাবোৰ থাকে মা...
-
Click here for :- Archive( all posts) You may also like :- Mahapurux Srimanta Sankardev Poet Raghunath Choudhary Ananda Chandra Ag...