Jitu Das Blog | Assamese Culture, Philosophy & Life Reflections

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.

Biography of Chilarai ( চিলাৰায়),a great warrior of Assam by Jitu Das Biographies




Chilari was a great warrior, commander of Assam, when his brother Narnarayan ruled Assam. Great warrior, Chilarai was born in 1510 A.D. His father Vishwasingha established Kamatapur in 16 th century. His mother was Padmabati. Chilarai was a great warrior, a scholar and social worker. The real name of Chilarai was "Sukladhaj"( which means white flag). But, for his great speed in the war, he was famous by the name of "Chilarai"(which means- like the kite bird, in greek mythologies kite bird is known as who resurrect death). Before his braveness,skill, many kingdom such as Buthan, Ahom was defeated.

Besides war, Chilarai dedicated his time in reforming the Kamatapur Kingdom. Chilarai build the, Kamakhya, after being built and also destryoed Narakasur, ( a king who loved Kamakhya, but kamakhya rejected his love, so broke the temple,he made for his love) famous temple of India, Chilari also build the "Hajo Hayagrib Madhab" temple. In his guidance, many roads, pools are made too.

CHILARAI WAS A SCHOLAR:
To find a person, with such extraordinary characters is very rare. He was a great admirer of scholars, religious preacher. Chilarai helped the great saint of India, Srimanta Sankardeva, who was a great preacher of "Vaishnavism"( who believe in one god, krishna), a sub-religion of mighty hindu religion. Chilarai became a follower of Sankardeva, even though was a Sakta( who believe in many god). 
After a greatly influencing 67 years, Chilarai died in 1577 A.D.



 চিলাৰায় বা বীৰ চিলাৰায়ৰ (জন্ম:১৫১০ - মৃত্যু:১৫৭৭) প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল, তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।

দেশ শাসনৰ সকলো কাৰ্য্যত খৰ দৃষ্টি পৰিছিল আৰু ৰাজ্যৰ শাসন বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰাইছিল। নৰ নাৰায়ণৰ আদেশ মতে, চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল।
চিলাৰায় এজন পণ্ডিত আছিল; তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা হৈছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষস্বৰূপ সহায় আছিল।

Subscribe

Stay connected and get the latest updates from Jitu Das Blog! Don’t miss out on exciting new content about Assamese culture, folk tales, and more. Click below to subscribe to my YouTube channel:

Subscribe to Jitu Das Blog on YouTube

Join the community and stay inspired by all the rich stories and cultural insights shared here!