Bulbul Can Sing, Assamese movie by Rima Das

20 September ত ৰিমা দাসৰ  Bulbul Can Sing 
অসমৰ ছবিঘৰত ৰিলিজ হ'ব। চিনেমা খনৰ Trailer টো চাই বহুত ভাল লাগিল আৰু চিনেমাখন পাঠশালাত আহিব বুলি আশা থাকিল !!

অসমীয়া মানুহৰ সদায় প্ৰতিভা আছিলেই , নাছিল মাথো আত্মবিশ্বাস আৰু  ইজনে সিজনক দিব লগীয়া সহযোগিতা !!

অসমীয়া চিনেমাত মানুহ নোহোৱাৰ মূলত  বিশেষকৈ প্ৰচাৰৰ অভাৱ । 

 কিয়নো  ৰিমা দাসৰ আগৰ চিনেমাখন Village Rockstar তো ইমান মানুহ হোৱা নাছিল, যিমান হ'ব লাগিছিল বিশেষকৈ Academy Awards r Best Foreign Film ৰ বাবে নোমনিত হোৱাৰ পিছতো  ।

তথাপি যিহেতু মানুহৰ মনত অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ জাগিছে , তেতিয়া হলে বহুত মানুহে চাব পাৰে !!

https://youtu.be/gubnn_PPYK0

No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...