Biography of Poet Hiren Bhattacharya ( হীৰেণ ভট্টচাৰ্যৰ জীৱনী )of Assam by Jitu Das biography



৪ জুলাই ২০১৩, যোৱা বছৰ এই দিনটোতে অসমৰ বিখ্যাত কবি হীৰেন ভট্টচাৰ্যৰ মৃত্যু হৈছিল, তেওৰ জ্ন্ম হৈছিল ২৮ জুলাই ১৯৩২ চনত যোৰহাট জিলাত, তেওৰ দেউতাকৰ নাম আছিল, তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাকৰ নাম আছিল স্নেহলতা ভট্টাচাৰ্য , তেওৰ দেউতাক আছিল এজন জেইলাৰ.
তেও জীৱ্নযোৰা কবিতাৰ সাধনা কৰিছিল, তেখেতে সৰ্বমুঠ ১০ খন কবিতা পুথি লিখিছিল
১. ৰৌদ্ৰ কামনা ( ১৯৬৮)
২. কবিতাৰ ৰ’দ (১৯৭৬)
৩. তোমৰ বাঁহী
৪. মোৰ দেস আৰু মোৰ প্ৰেমৰ কবিতা ( ১৯৭২)
৫. বিভিন্ন দিনৰ কবিতা
৬. শষ্যৰ পথাৰ মানুহ (১৯৯১)
৭. মোৰ প্ৰিয় বৰ্ণমালা (১৯৯৫)
৮. ভালপোৱাৰ বোকা মাটি (১৯৯৫)
৯. ভালপোৱাৰ দিকচৌ
সকলোৰে প্ৰিয় হীৰু দাক সকলোৱে আজি শ্ৰ্দ্ধাঞ্জলি জনাইছে, সেয়ে তেঁওৰ কবিতা সুগন্ধি পখিলাৰ কেইটামান কবিতাৰ প্ৰথম ২-৪ শাৰী ইংৰাজীলৈ অনুবাদ কৰাৰ ধৃষ্টতা কৰিছো, যাতে বিদেশৰ মানুহে জানে অসমীয়া মানুহে কিমান সুন্দৰ চিন্তা কৰে

বসন্তৰ গান

কালি ৰাতি খুব কুঁৱলি পৰিছিল
পাহাৰতলিত
এটা চৰায়ে ওৰে ৰাতি
গান গাই আকাশখনক কন্দুৱাইছিল ............


মৃত্যু

কুলি চৰাইজনী সিঞাৰি সিঞাৰি
ল’ৰাটো গ’ল যে
গ’লেই

দলনিৰ মাজত জাহ গ’ল বেলি................

ছাঁ

গছৰ পৰা ছাঁ
এনেকৈ
তেনেকৈ উৰি গৈছে
যেন ক’ৰবালৈ গুছি যাব......................


ভোগালি

তুমিতো জানায়
এই কবিৰ আৰু একো নাই
এটাই মাথো কামিজ...........................


সিৰাই সিৰাই

কালি ৰাতি মেঘে গাজিছিল
মোৰ সিৰাই সিৰাই বিজুলি বেগেৰে
নামি আহিছিল .................................

Hiren Bhattacharya was born in Jorhat district at Assam in the year 1932. Last year in this day 4th July he died. He was one of the most famous poet of Assam, his poems are easy to understand, his poems are seems to be honest & true feelings. He dedicated his whole life for poems, he published 10 collection of poems, among which "Sugandhi Pakhila " is most famous.
He was a great poet of assam, who beacme a legend in his life time, he had left his life in earth, and but he now lives in the hearts of his fans to live within. His best work is Sugandhi Pakhila, which means "Scented butterfly".Hiren Bhattacharya loved his mother very much and he dedicated thisbook to his belove mother- Snehalata Bhattacharya. He dediacted his whole life for poems, he published 10 collection of poems, among which "Sugandhi Pakhila " is most famous.
This book contains many poem, about nature, bees, spring, autumn, birds, weather.He wrote many about his mother, about his lover.This book Sugandhi Pakhila was in our home library from 1988, but when I was in class 9, I saw the book, at that I did not read the book, I read this book 2 years ago, and I loved some of his poem about nature...

Here are some translation of the begining lines from his some poems about nature : -

Songs of spring

Last night so much mist had fallen
In the hill bottom,
a bird sang all night and made the sky cry................


Shadow
The shadow is flying from the trees here and there,
as it if will fly somewhere...........


Bhogali

You know the poet
and he has nothing
He has only one shirt..............

Through veins

Last night the clouds were thundering

Through my viens came down the
last rain of summer
at a lightening speed..................

No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...