Search This Blog

ক্ৰিয়া কি ? Verb in Assamese Grammar

ধাতুত বিভক্তি বা প্ৰত্যয় যোগ হ'লে , তাক ক্ৰিয়া বোলা হয় ।

ক্ৰিয়া দুবিধ- 

১. সকৰ্মক ক্ৰিয়া - 

যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত হয় , তাক সকৰ্মক ক্ৰিয়া বোলে ।

যেনে - নয়নে যোৱাকালি পঢ়িছিল ।


২.অকৰ্মক ক্ৰিয়া - 

যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত নহয়, তাক অকৰ্মক ক্ৰিয়া বোলে ।

যেনে -  অমৰে শুইছিল ।


No comments:

Post a Comment

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.