Search This Blog

কাৰক কি ? - সত্যনাথ বৰা


ক্ৰিয়াৰ লগত সম্বন্ধ হ'লে সৰ্বনাম আৰু বিশেষ্য পদক কাৰক বোলে ।
কাৰক ৬ বিধ 


১. কর্তা 
২. কৰ্ম
৩. কৰণ
৪. সম্প্ৰদান
৫. অপাদান
৬. অধিকৰণ 

No comments:

Post a Comment

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.