//pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"> > _pe.subscribe(); ফিলিপাইন দেশত এতিয়া এখন আইন কৰা হৈছে যত দেশৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰাৰ বাবে ১০ ডাল কৈ গছ পুলি ৰুব লাগিব । এই আইন পাছ কৰাৰ কাৰণটো হৈছে ফিলিপাইন দেশত নিৰ্বনিকৰণৰ ফলত জংগলৰ ২০% হ্ৰাস হৈছে আৰু তাৰ ফলত জলবায়ুৰ পৰিবতৰ্ন আৰু পৰিবেশৰো অৱনতি ঘটিব । এই আইনৰ ফলত প্ৰত্যেক বছৰে ১৭.৫ কোটি গছ পুলি ৰোৱা হ'ব । #philippinestreeplantation #conservation #environment #treeplantation #jiabkulngo ~ JItu Das's Blog

Wednesday, May 29, 2019

ফিলিপাইন দেশত এতিয়া এখন আইন কৰা হৈছে যত দেশৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰাৰ বাবে ১০ ডাল কৈ গছ পুলি ৰুব লাগিব । এই আইন পাছ কৰাৰ কাৰণটো হৈছে ফিলিপাইন দেশত নিৰ্বনিকৰণৰ ফলত জংগলৰ ২০% হ্ৰাস হৈছে আৰু তাৰ ফলত জলবায়ুৰ পৰিবতৰ্ন আৰু পৰিবেশৰো অৱনতি ঘটিব । এই আইনৰ ফলত প্ৰত্যেক বছৰে ১৭.৫ কোটি গছ পুলি ৰোৱা হ'ব । #philippinestreeplantation #conservation #environment #treeplantation #jiabkulngo


No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

Featured post

Assamese memes 2020

Popular Posts