
Search This Blog
ফিলিপাইন দেশত এতিয়া এখন আইন কৰা হৈছে যত দেশৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰাৰ বাবে ১০ ডাল কৈ গছ পুলি ৰুব লাগিব । এই আইন পাছ কৰাৰ কাৰণটো হৈছে ফিলিপাইন দেশত নিৰ্বনিকৰণৰ ফলত জংগলৰ ২০% হ্ৰাস হৈছে আৰু তাৰ ফলত জলবায়ুৰ পৰিবতৰ্ন আৰু পৰিবেশৰো অৱনতি ঘটিব । এই আইনৰ ফলত প্ৰত্যেক বছৰে ১৭.৫ কোটি গছ পুলি ৰোৱা হ'ব । #philippinestreeplantation #conservation #environment #treeplantation #jiabkulngo
Subscribe to:
Post Comments (Atom)
Jitu Das
“Find the right frequency that resonates with your soul.”
Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.
No comments:
Post a Comment