Jitu Das Blog | Assamese Culture, Philosophy & Life Reflections

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.

Nearly all species of sea turtle are classified as Endangered. Slaughtered for their eggs, meat, skin and shells, sea turtles suffer from poaching and over-exploitation. They also face habitat destruction and accidental capture in fishing gear. Climate change has an impact on turtle nesting sites. সাগৰত থকা বেছিভাগ কাছৰ প্ৰজাতিয়ে হৈছে এতিয়া বিপদাপন্ন । কাছবোৰ বিপদাপন্ন হোৱাৰ মূল কাৰণ হৈছে মানৱসৃষ্ট । কাছৰ মাংস, কণী,ছাল, খোলা আদিৰ কাৰণে কাছৰ অবৈধ চিকাৰ হৈ আছে, তাৰফলত কাছ ৰ অতিমাত্ৰা শোষণ হৈছে আৰু কাছৰ জনসংখ্যা কমি গৈছে । কাছৰ বসবাসৰ ঠাইৰো কমি গৈছে আৰু সাগৰৰ মাছমৰীয়া সকলৰ জালত কাছবোৰ ফাঁচি যায় আৰু মৃত্যমুখত পৰে । তাৰ লগতে জলবায়ুৰ পৰিবৰ্তন ৰ ফলতো কাছৰ কণী পৰা ঠাইত বহুত বেয়া প্ৰভাৱ পৰিছে । এনেবোৰ কাৰণতে সাগৰত এতিয়া ১০ লাখৰো কম কাছ আছে আৰু দিন যোৱা মানে কাছৰ ওপৰত বেয়া প্ৰভাৱ পৰি আছে আৰু কাছৰ বেছিভাগ প্ৰজাতি এতিয়া বিপদত । #turtle #turtleconservation #conservation #nature #environment #environmentalist #jibakul


No comments:

Post a Comment

Subscribe

Stay connected and get the latest updates from Jitu Das Blog! Don’t miss out on exciting new content about Assamese culture, folk tales, and more. Click below to subscribe to my YouTube channel:

Subscribe to Jitu Das Blog on YouTube

Join the community and stay inspired by all the rich stories and cultural insights shared here!