
Search This Blog
Fani Cyclone Alert in Assam 4 ,5 May 2019 ৰাজ্যিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী য়ে কৈছে যে সমগ্র উত্তৰ পূৰ্বাঞ্চলত ৪ আৰু ৫ মেত ৪০ কিমি/ঘণ্টাত ধুমুহা আহিব ।বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহাৰ সময়ত পৰাপক্ষত গৃহৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ প্ৰদান কৰি বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আহ্বান জনায় । The Regional Meteorological Centre (RMC) at Guwahati said that there will be heavy to very heavy rains in most of the northeastern states including Assam on may 4 and 5 and strong surface winds with speeds of up to 40 km per hour. #cyclone #cyclonefani #assamesenews #northeast
Subscribe to:
Post Comments (Atom)
Jitu Das
“Find the right frequency that resonates with your soul.”
Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.
No comments:
Post a Comment