Madhav Kandali Ramayana - ৰামায়ণখন সংস্কৃতৰ পৰা প্ৰথম তামিল আৰু পিছত দ্বিতীয়তে অসমীয়া ভাষাতে অনুবাদ হৈছিল





মাধৱ কন্দলিয়ে ১৪ শ শতিকাত ৰামায়ণ খন অসমীয়াত অনুবাদ কৰিছিল। ৰামায়ণখন সংস্কৃতৰ পৰা প্ৰথম তামিল আৰু পিছত দ্বিতীয়তে অসমীয়া ভাষাতে অনুবাদ হৈছিল । অসমীয়া জাতিৰ পিতৃপুৰুষ মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ এটা অংশ । আহোমসকলে অসমত ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল, তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু পৃষ্ঠপোষকতা কৰিছিল । লাচিত বৰফুকনে অসমক মোগলৰ পৰা ৰক্ষা কৰিছিল । অসমৰ কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক সনাতন ধৰ্মৰ এটা অংশ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত সম্পূৰ্ণ সহযোগ কৰিছিল ।
কিন্তু দুখৰ বিষয়যে অসমত কিছুমান অসমীয়াই নিজৰ অস্তিত্ব পাহৰি গৈছে । ইতিহাস পঢ়িলে হয়তো বুজি পালেহেঁতেন নিজৰ অস্তিত্বৰ উৎপত্তি হৈছে সনাতন ধৰ্মৰ পৰা । হয়তো ভৱিষ্যতলৈ তেওঁলোকে নিজৰ অস্তিত্ব বিচাৰি পাব ,তাৰেই কামনা কৰিলো ।।
জয় শ্ৰী ৰাম 🙏

No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...