Gayatri mantra meaning in Assamese






গায়ত্ৰী মন্ত্ৰ

ॐ भूर्भुवः स्वः ।
तत्स॑वितुर्वरे॑ण्यं ।
भर्गो॑ देवस्य॑ धीमहि। ।
धियो यो नः॑ प्रचोदया॑त्॥ ।
 

ওঁ ভূর্ভুবঃ স্বঃ
তৎ সবিতুর্বৰেণ্যং
ভর্গো দেবস্য ধীমহি
ধিয়ো য়ো নঃ প্রচোদয়াৎ।।

গায়ত্ৰী মন্ত্ৰৰ শব্দৰ অৰ্থ -

ওঁ - ব্ৰহ্ম
ভূ -  প্ৰাণস্বৰূপ
র্ভুবঃ - দুখঃ নাশক
স্বঃ -  সুখ স্বৰূপ
তৎ  - সেই
সবিতু - তেজস্বী
র্বৰেণ্যং - শ্ৰেষ্ঠ
ভর্গো - পাপনাশক
 দেবস্য - দিব্যক
 ধীমহি - ধাৰণ কৰি/ ধ্যান কৰি
ধিয়ো - বুদ্ধিক
য়ো -যিয়ে
নঃ - আমাৰ
প্রচোদয়াৎ -প্ৰেৰণ কৰে 

গায়ত্ৰী মন্ত্ৰৰ ভাৱাৰ্থ -
 হে ব্ৰহ্ম, যাৰ পৰা আমাৰ প্ৰাণৰ সৃষ্টি, যিয়ে আমাৰ দুখ নাশ কৰে, সুখৰ স্বৰূপ , সেই শ্ৰেষ্ঠ তেজস্বী পাপনাশ কৰা দিব্যত ধ্যান কৰো, যিয়ে আমাৰ বুদ্ধিক শ্ৰেষ্ঠ দিশলৈ লৈ যায় !


No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...