ৰাধাকৃষ্ণৰ প্ৰেম


ৰাধা কোনেও হওঁ বুলি হ'ব নোৱাৰে, বহুতে ভাৱি লয়, ই কেৱল এক চৰিত্ৰৰ ৰূপ মাথোঁ, কিন্তু প্ৰকৃততে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নিজেও ৰাধা হ'ব নোৱাৰিলে !
এনেকুৱা আদৰ্শ প্ৰেমৰ প্ৰতীক ৰাধা, যিয়ে শ্ৰীকৃষ্ণৰ পূৰ্ণতাক আৰু অধিক পূৰ্ণ কৰি তুলিছিল ।।

No comments:

Post a Comment

Translate

What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?

পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে:  কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...