Search This Blog

পৌৰাণিক আৰু ঐতিহাসিকৰ মাজৰ পার্থক্য

পৌৰাণিক আৰু ঐতিহাসিক দুয়োটা একে নহয়, পৌৰাণিক কাহিনীৰ  ঐতিহাসিক অস্তিত্বৰ বিচাৰ কৰাটো  ঠিক নহয়, কাৰণ পৌৰাণিক কাহিনীৰ উদ্দেশ্যে তথ্য প্ৰদান নহয়, তাতকৈ বহু বেছি গভীৰ আৰু মূল্যবান জ্ঞান দিয়াহে !!

No comments:

Post a Comment

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.