//pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"> > _pe.subscribe(); Assamese traditional cure for Stomach problems by Jitu Das Blog ~ Jitu Das's Blog

Tuesday, 3 May 2016

Assamese traditional cure for Stomach problems by Jitu Das Blog

পেটৰ কামৰোনিৰ প্ৰতিকাৰ

সুঠি টেঙা 2 টা পাত
ঠান্ডা পানী
3 চামুচ চেনি
1/4 চামুচ নিমখ
প্ৰথমতে সুঠি টেঙা দুটা ফ্ৰিজৰ পানীত অলপ সময় ভিজাই থৈ দিয়ক |
তাৰ পিছত টেঙা দুটা পানীখিনিত খছি পিহি গুৰি কৰি  দিয়ক |
তাৰ পিছত চেনি আৰু নিমখ দি ভালদৰে মিহলি কৰি দিয়ক |
মই নিজে তেনেকৈ বহুদিন কৰি খালো, যেতিয়াই পেটটো অলপ কামোৰে আৰু 1 ছেকেন্ডত পেট ঠান্ডা পৰি যায় |  মই এইটো ঘৰুৱা  ঔষধ বনাবলৈ যেঠীমাৰ পৰা শিকিছিলো ক্লাচ নাইন মানত |

0 comments:

Post a Comment