Search This Blog

Assamese traditional cure for Stomach problems by Jitu Das Blog

পেটৰ কামৰোনিৰ প্ৰতিকাৰ

সুঠি টেঙা 2 টা পাত
ঠান্ডা পানী
3 চামুচ চেনি
1/4 চামুচ নিমখ
প্ৰথমতে সুঠি টেঙা দুটা ফ্ৰিজৰ পানীত অলপ সময় ভিজাই থৈ দিয়ক |
তাৰ পিছত টেঙা দুটা পানীখিনিত খছি পিহি গুৰি কৰি  দিয়ক |
তাৰ পিছত চেনি আৰু নিমখ দি ভালদৰে মিহলি কৰি দিয়ক |
মই নিজে তেনেকৈ বহুদিন কৰি খালো, যেতিয়াই পেটটো অলপ কামোৰে আৰু 1 ছেকেন্ডত পেট ঠান্ডা পৰি যায় |  মই এইটো ঘৰুৱা  ঔষধ বনাবলৈ যেঠীমাৰ পৰা শিকিছিলো ক্লাচ নাইন মানত |

No comments:

Post a Comment

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.