Tuesday, 15 May 2018

The purpose of life is to find peace quotes by Jitu Das Philosophy quotes


Wednesday, 9 May 2018

Storm and two seas poem by Jitu Das poems


Monday, 30 April 2018

April, She came to my life romantic poem by Jitu Das poems 2018


Saturday, 21 April 2018

Assamese jealousy quotes by Jitu Das quotes

Tuesday, 17 April 2018

Assam Rape Case 2018 and Kathua Rape Case, A Discussion by Jitu Das Assamese Articles


ৰাতিপুৱাৰ পৰাই এটা কথাই মনটোক বহুত অস্থিৰ কৰি ৰাখিছে । ফেচবুকটো খুলিলে এনেকুৱা লাগে যেন ভাৰতত কিবা বলাত্কাৰৰ উৎসৱ চলি আছে । সকলোৱে বলাত্কাৰৰ বিৰুদ্ধে মাত মাতিছে, বহুত ভাল কথা । ৰাহুল গান্ধী, বলীয়ুদৰ বিখ্যাত অভিনেতা ,অভিনেত্ৰী, ভুৱন বাম ,মুঠতে ভাৰতৰ সকলো ডাঙৰ মানুহে মাত মাতিছে । #justice for Asifa এটা বিখ্যাত শ্লোগান হৈ পৰিছে । কঠুৱাৰ এটা শিশুৰ ওপৰত হোৱা এনেকুৱা আমানৱীয় ঘটনাই সমগ্ৰ দেশ তথা পৃথিৱীতে আলোচিত বিষয় হৈ পৰিছে । মই নিজেও বহুত দুঃখিত, এনেকুৱা ঘটনা কাৰো লগত হ'ব নালাগে, ইয়াত ধৰ্ম, জাতি, ভাষাৰ কথা নাহে ।
কিন্তু এই লিখনিত মই এটা বেলেগ কথাহে ৰাইজক সুধিব বিচাৰিছো ।

প্ৰশ্ন ১ : যেতিয়া 3 সপ্তাহ আগতে অসমৰ নগাঁৱত এজনী পঞ্চম শ্ৰেণীত পঢ়া ছোৱালী এজনীক জাকিৰ হুছেইন আৰু দুজনে বলাত্কাৰ কৰি জ্বলাই দিছিল, আৰু সেই একে সপ্তাহতে অসমত আৰু এনেকুৱা ঘটনা ঘটিছিল ।
তেওঁলোকৰ নাম কি আছিল, কোনো বাতৰিত তেওঁলোকৰ নাম নাপাব, ইয়াৰ কাৰণ কি হ'ব পাৰে জানেনে ? যোৱা মাহত অসমত হোৱা ইমানবোৰ বলাত্কাৰৰ ভিতৰত কাৰো কাৰণে # justice for শ্লোগান নাছিল । ইয়াৰ কাৰণ কি, তেওঁলোক হিন্দু আছিল বাবে নে অসমীয়া আছিল বাবে তেওঁলোকে ন্যায় পাব যোগ্য নহয় ???

প্ৰশ্ন ৩ : তেতিয়া ভাৰতৰ এই ডাঙৰ মানুহবোৰে কিবা কৈছিল নে ? কোনোবাই দুখ প্ৰকাশ কৰিছিল নে ? বা দেশৰ নিউজ চেনেলবোৰে অসমৰ বাতৰিক সমান গুৰুত্ব দিছিলনে ? কিন্তু অসমৰ বিখ্যাত শিল্পী পাপনক বিনা দোষতে বদনাম কৰাত দেশীয় নিউজ চেনেল, চেলিব্ৰিটিবোৰে কি উৎসাহ দেখুৱাইছিল !! অসমৰ যিকোনো ঘটনাই হওক, দেশ পৰ্য্যায়ত ইয়াৰ গুৰুত্ব কিমান অসমৰ ৰাইজে বুজিব আৰু বাকী নাই । অসমত বানপানী হ'লে দেশীয় সমস্যা নহয়, কিন্তু ভাৰতৰ আন ৰাজ্যত বানপানী হ'লে ই এক দেশীয় সমস্যা । অসম ভাৰতৰ এখন ৰাজ্য হৈও এনেকুৱাকৈ উপেক্ষিত হোৱা দেখি বহুত বেয়া লাগে ।

শেষ প্ৰশ্ন : ছলমান খানৰ যেতিয়া জেল অসমত হাহাকাৰ লাগিছিল, সকলোৱে ফেচবুকত পোষ্ট ইমান দিছিল, কিন্তু ছলমান খানে অসমৰ জীয়ৰীৰ যেতিয়া বলাত্কাৰ হৈছিল, তেতিয়া চকুপানী টুকিছিল নে , চকুপানী নালাগে বাৰু ইয়াৰ ওপৰত কিবা কৈছিল নে ??

শেষ কথা : বলাত্কাৰৰ নিচিনা জঘন্য অপৰাধ কোনো ঠাইতে, কাৰো লগতে হোৱা উচিত নহয় । প্ৰকৃত দোষীয়ে শাস্তি পোৱা উচিত। ২০১৫ত নাগালেণ্ডৰ ডিমাপুৰত ফাৰিদ খান নামৰ ব্যৱসায়ী এজনৰ ওপৰত মিছা বলাত্কাৰৰ কেচ দিছিল, পিছত কথাটো ৰাজনৈতিক হৈ পৰে আৰু ৰাইজে ব্যক্তিজনক জীয়াই জীয়াই জ্বলাই দিয়ে । পিছত পুলিচ ইনভেষ্টিগেচনত গম পোৱা যায় যে ছোৱালীজনীয়ে দেহ ব্যৱসায় কৰিছিল আৰু ৫০০০ টকা লৈছিল আৰু তাইৰ সন্মতিতে চেক্স হৈছিল । এনেকুৱা ঘটনাই শিকাই যে সকলো বলাত্কাৰৰ কেছ সঁচা নহয় । Delhi Women Commission ৰ এটা ৰিপোৰ্ট ত এই সত্য ওলাই পৰিছিল যে 53.2 % বলাত্কাৰৰ কেছ আছিল মিছা অভিযোগ । National Commission of women ৰ সমীনা শফিকে কয় যে আধা সংখ্যক মহিলাই বলাত্কাৰৰ আইনৰ অপব্যৱহাৰ কৰি মিছা অভিযোগ দিয়াটো ভাৰতত এটা ট্রেণ্ড হৈ পৰিছে ।

Sunday, 15 April 2018

Assamese life quotes জীৱনৰ কঠিন সময়ত by Jitu Das quotes

Tuesday, 10 April 2018

What is the study of coins called ?

Numismatics

Numismatics is the 
study or collection of currency, including coins, tokens, paper money, and related objects. While numismatists are often characterized as students or collectors of coins, the discipline also includes the broader study of money and other payment media used to resolve debts and the exchange of goods.

Where in 1943, Netaji Subhash Chandra Bose proclaimed the formation of the Provincial Government of Independent India ( Azad Hind) ?

Singapore

The Permanent Settlement of Bengal in 1793 was introduced during the tenure of whom ?

Lord Cornwallis.




The 
Permanent Settlement, also known as the Permanent Settlement of Bengal, was an agreement between the East India Company and Bengali landlords to fix revenues to be raised from land, with far-reaching consequences for both agricultural methods and productivity in the entire British Empire and the political realities of the Indian countryside. It was concluded in 1793 by the Company administration headed by Charles, Earl Cornwallis, also known as Lord Cornwallis.

When was the East India Company was founded ?





Founded
‎: ‎31 December 1600


Headquarters
‎: ‎London, England‎ (Great Britain)
Founders‎: ‎John Watts‎, ‎George White
Industry‎: ‎International trade

The East India Company (EIC), also known as the Honourable East India Company (HEIC) or the British East India Company and informally as John Company, was an English and later British joint-stock company, that was formed to pursue trade with the "East Indies" (in present-day terms, Maritime Southeast Asia), but ended up trading mainly with Qing China and seizing control of large parts of the Indian subcontinent.

Popular Posts