- Dr.Bhabendra nath Saikia
- Ambikagiri Rai Choudhury
- Dekhbhakta Tarun ram Phukan
- Writer of "Nila Sarai", a great translation of Blue Bird by Materlink
- First filmmaker of Assam and second filmmaker of India.
- Poet of Birds( Bihagi Kobi) Raghunath Choudhary
- Nalinibala Devi
- Lokpriya Gopinath Bordoloi
- Laxminth Bezbarua
- Syed Abdul Malik
- Nabakanta Barua
- Hitesh Deka
- Bishnu Rabha
- Jyotiprasad Agarwala
- Ananda prasad Agarwala
- Poet Nilamani Phukan
- Hem Barua
- Hiren Bhattacharya
- Homen Borgohain
- Padmanath Gohain Barua
- Parvati Prasad Barua
- Roma Das
- Hemchandra Goswami
- Satyanath Bora
Search This Blog
Showing posts with label ASSAMESE PEOPLE. Show all posts
Showing posts with label ASSAMESE PEOPLE. Show all posts
List of Great Assamese writers,novelist, poet, essayist
Biography of Assamese poet, writer Nabakanta Barua by Jitu Das Assamese Biography
শিক্ষাকাল :
নৱকান্ত বৰুৱাই ১৯৪১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰে , তাৰ পিছত তেওঁ কটন কলেজত নাম ভর্তি কৰে, যদিও অসুখৰ কাৰণে তেওঁৰ দুবছৰ লোকচান হয় । তাৰ পিছত ১৯৪৩ চনত তেওঁ পশ্চিম বংগৰ শান্তিনিকেটনত জয় আৰু ১৯৪৭ চনত তেওঁ ইংৰাজী বিষয়ত অনাৰ্চ লৈ স্নাতক পৰীক্ষা উত্তীৰ্ণ হয় আৰু আলিগড় মুছলিম বিদ্বেবিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ পাঁচ কৰে ১৯৫৩ চনত ।
কাৰ্যকাল :
তেওঁ উত্তৰ প্ৰদেশৰ শিহকাবাদৰ এ.কে. কলেজত কাম কৰে, তাৰ পিছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত কাম কৰে । তাৰ পিছত ১৯৫৪ চনত , তেওঁ কটন কলেজত সোমায় আৰু ১৯৬৪ চনলৈকে তাতে কাম কৰে । ১৯৬৪ ৰ পৰা ১৯৬৭ লৈকে তেওঁ অসম মাধ্যমিক শিক্ষা পৰিষদৰ ইংৰাজী শিক্ষাৰ বিষয়া হিচাপে কাম কৰে । তাৰ পিছত তেওঁ পুনৰ কটন কলেজত যোগদান কৰে আৰু ১৯৮৪ চনত উপ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে ।
সাহিত্য কৰ্ম আৰু বঁটা :
নৱকান্ত বৰুৱাদেৱে কবিতা লিখাৰ লগতে বহু শিশু সাহিত্য ৰচনা কৰিছিল । তেওঁ সৰ্বমুঠ ৩৯ কিতাপ লিখিছিল, তাৰে ১১ খন হল কবিতা সংকলন , ৫ খন উপন্যাস আৰু বহু ৰচনা, প্ৰবন্ধ ইত্যাদি ।
নৱকান্ত বৰুৱাই ১৯৭৫ চনত ককাদেউতাৰ হাৰ নামৰ কিতাপৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰে । তেওঁ ১৯৭৬ চনত পদ্মবিভূষণ বঁটা লাভ কৰে আৰু মোৰ আৰু পৃথিৱীৰ নামৰ কিতাপৰ বাবে ১৯৭৪ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে । তেওঁ লাভ কৰা আন বঁটা হ'ল অসম উপত্যকা সাহিত্য বঁটা ১৯৯৩ ত ।
তেওঁ অসম সাহিত্য সভাৰ ১৯৬৮ চনৰ ধিং অধিবেশনত সভাপতি হিচাপে কাৰ্যভাৰ লৈছিল আৰু ১৯৯০ চনত অসম সাহিত্য বিশ্বনাথ চাৰিআলিৰ সন্মিলনত তেওঁ সভাপতি আছিল ।
নৱকান্ত বৰুৱাদেৱৰ আতাইতকৈ জনপ্ৰিয় কবিতাবোৰ হ'ল : মনত পৰেনে অৰুন্ধতী, পলাশ, নৰকত ডন জুৱান , ক্ৰচত ডন জুৱান ইত্যাদি ।
Subscribe to:
Posts (Atom)
Jitu Das
“Find the right frequency that resonates with your soul.”
Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.