Search This Blog

Discovery of inner core of Mercury সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুধৰ অন্তৰ্ভাগ কঠিন বুলি আবিষ্কাৰ হৈছে নাছাৰ মেচেঞ্জাৰ মিচনত । বুধ গ্ৰহৰ অন্তৰ্ভাগে গ্ৰহটোৰ ৮৫% আগুৰি আছে । বুধ গ্ৰহৰ কঠিন অন্তৰ্ভাগে ২০০০ কিল'মিটাৰ আগুৰি আছে । শিলাময় গ্ৰহৰ ভিতৰত পৃথিৱী আৰু বুধ গ্ৰহৰে চুম্বকীয় ক্ষেত্ৰ আছে আৰু সৌৰ ৰশ্মিৰ প্ৰভাৱে এই ক্ষেত্ৰ দুৰ্বল কৰি তোলে । বুধ গ্ৰহৰ অন্তৰ্ভাগ পৃথিৱীৰ অন্তৰ্ভাগতকৈ অতি খৰ গতিত কঠিন হৈ আছে । পৃথিৱীৰ অন্তৰ্ভাগৰ এক তৃতীয়াংশহে হৈছে কঠিন। বুধ গ্ৰহৰ অন্তৰ্ভাগ অধ্যয়ন কৰাৰ ফলত কেনেকৈ গ্ৰহৰ অন্তৰ্ভাগৰ সলনি হয়, চুম্বকীয় ক্ষেত্ৰত কি প্ৰভাৱ পৰে এইবোৰ কথাই আমাৰ গ্ৰহ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ ভৱিষ্যত সম্পৰ্কীয় কথা কিছু কথা জানিব পৰা গৈছে । #অসমীয়া #Assamese #assamesescience #assamesewritings


No comments:

Post a Comment

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.