First ever Black Hole Photograph released Today কৃষ্ণ গহ্বৰৰ প্ৰথম ফটোগ্ৰাফ আজি প্ৰকাশ হয় । ইভেণ্ট হৰাইজন দূৰবীক্ষণত (Event Horizon Telescope) কাম কৰা বিজ্ঞানীসকলে সন্ধিয়া ৬.৩০ বজাত এই পৰ্যবেক্ষণৰ প্ৰকাশ কৰে । এই চেজিটেৰীয়াছ এ ( sagitarus A) হৈছে অতি মহাকায় কৃষ্ণ গহ্বৰ যি পৃথিৱীৰ পৰা ২৬,০০০ আলোক বৰ্ষ দূৰত আছে । #universe
No comments:
Post a Comment