Jitu Das Blog

ফিলিপাইন দেশত এতিয়া এখন আইন কৰা হৈছে যত দেশৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰাৰ বাবে ১০ ডাল কৈ গছ পুলি ৰুব লাগিব । এই আইন পাছ কৰাৰ কাৰণটো হৈছে ফিলিপাইন দেশত নিৰ্বনিকৰণৰ ফলত জংগলৰ ২০% হ্ৰাস হৈছে আৰু তাৰ ফলত জলবায়ুৰ পৰিবতৰ্ন আৰু পৰিবেশৰো অৱনতি ঘটিব । এই আইনৰ ফলত প্ৰত্যেক বছৰে ১৭.৫ কোটি গছ পুলি ৰোৱা হ'ব । #philippinestreeplantation #conservation #environment #treeplantation #jiabkulngo

›
via Instagram
‹
›
Home
View web version

About Me

My photo
Jitu Das
View my complete profile
Powered by Blogger.